ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খান!

  • ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খান
  • পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত ইমৰান খান
  • পাকিস্তানৰ সংসদত অনাস্থা ভোটত মুখথেকেচা
  • নিশা ১২.৩০ বজাত অনুষ্ঠিত হৈছিল অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ
  • ভোটগ্ৰহণ বৰ্জন ইমৰান খানৰ দল পিটিআইৰ
  • এতিয়াৰে পৰা বিনা অনুমতিত দেশ এৰিব নোৱাৰিব ইমৰান খানে
  • পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ
  • ১১ এপ্ৰিলত হ’ব শ্বৰিফৰ শপতগ্ৰহণ
  • পাকিস্তানৰ সংসদত অনাস্থা প্ৰস্তাৱৰ জৰিয়তে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী ইমৰান খান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...