পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ অসম আৰক্ষীৰ গুলী!

  • পুনৰ অসম আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহকাৰীলৈ
  • মৰিগাঁও আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলামলৈ
  • বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুল ইছলামসহ তিনিজনক
  • লুকাই থোৱা ড্ৰাগছ উদ্ধাৰৰ বাবে আৰক্ষীয়ে চলাইছিল অভিযান
  • অভিযানৰ সময়তে গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা জেহিৰুলৰ
  • বৰজান দলঙৰ সমীপত পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলী
  • প্ৰথমে শূন্যলৈ, তাৰ পিছত জেহিৰুলৰ ভৰিত আৰক্ষীৰ গুলী
  • বৰ্তমান GMCHত চিকিৎসাধীন গুলীবিদ্ধ জেহিৰুল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...