খুচুৰা মুদ্ৰাৰে ক্ৰয় কৰিলে স্কুটাৰ

কিছুমান সপোন আছে, যিবোৰ সম্পূৰ্ণ হ’বলৈ বহু বছৰ লাগে আৰু যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন হয়। দৈনিক দিন হাজিৰা কৰা এজন শ্ৰমিকে বৃহৎ পৰিমাণৰ মূলধন জমা কৰি নিজৰ সপোনবোৰ পূৰণ কৰিছে। গুৱাহাটীৰ এই শ্ৰমিকজনৰ নাম উপেন ৰায়। দৈনিক দিন হাজিৰা কৰা উপেন ৰায়ে ৮ বছৰৰ পৰা ধন জমা কৰি আহিছিল আৰু অৱশেষত এই জমা হোৱা মূলধনেৰে নিজৰ বাবে এখন স্কুটাৰ কিনে।

উপেন ৰায়ে জনায় যে, তেওঁ ২০১৪ চনৰ পৰা ধন জমা কৰি আহিছে। অৱশেষত যেতিয়া তেওঁৰ ওচৰত ১.৫ লাখ টকা জমা হৈছিল, তেওঁ জমা কৰা মূলধনেৰে এখন স্কুটাৰ ক্ৰয় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...