মধুৰ পঞ্চম সন্তান! এনেকুৱা নাম কেতিয়াবা শুনিছেনে?

এই সময়ত প্ৰতিজন ব্যক্তিৰ লগত আধাৰ কাৰ্ড থকাটো বাঞ্চনীয় হৈ পৰিছে। সকলো অফিছ, শিক্ষানুষ্ঠানতে আধাৰ কাৰ্ড ব্যৱহাৰ হয়। আধাৰত কাৰ্ডৰ ফলতেই এটা শিশুৰ লগত ঘটে অদ্ভুত ঘটনা । উত্তৰ প্ৰদেশৰ শিশু এটিয়ে নামভৰ্তি কৰিবলৈ বিদ্যালয়ত উপস্থিত হয়। শিশুটিৰ আধাৰকাৰ্ড দেখি বিদ্যালয় নাম ভৰ্তি কৰাৰ বাবে অমান্তি হয়। কাৰণ আধাৰ কাৰ্ডত শিশুটিৰ নাম “মধু কা পঞ্চৱা বাচ্চা” আৰু “মধুৰ বেবী ফাইভ” লিখা আছিল বুলি জনা যায়। উত্তৰ প্ৰদেশৰ আধাৰ কাৰ্ডৰ এই ঘটনাই ভাইৰেল হৈ পৰিছে সামাজিক সমাধ্য়মত। জিলা দণ্ডাধীশে জনোৱা অনুসৰি এইটো ভুল ঘোৰ অৱহেলাৰ ফলত সংঘটিত হয়। এই ঘটনাৰ লগত জড়িত লোকসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...