জাগীৰোডত ৩কোটি টকাৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে মৰিগাঁৱত জব্দ প্ৰায় ৩কোটি টকাৰ মৰাত্মক ড্ৰাগছ। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীৱ ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান।
জাগীৰোডৰ শিলভঙাৰ পৰা আটক ড্ৰাগছসহ তিনিজন সৰবৰাহকাৰীক।

মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীৱ ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান। জাগীৰোডৰ শিলভঙাৰ পৰা আটক ড্ৰাগছসহ তিনিজন সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে জাকিৰ হুইছেন, ছাদ্দাম হুইছেন আৰু ছহিদুল ইছলাম। উল্লেখ্য যে, সৰবৰাহকাৰী কেইজনে জাগীৰোডত ড্ৰাগছ যোগান ধৰিবলৈ অহাৰ সময়তে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এখন বাইকো জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে জাকিৰ হুইছেন, ছাদ্দাম হুইছেন আৰু ছহিদুল ইছলাম। উল্লেখ্য যে, সৰবৰাহকাৰী কেইজনে জাগীৰোডত ড্ৰাগছ যোগান ধৰিবলৈ অহাৰ সময়তে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এখন বাইকো জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...