ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪ যাত্ৰী

ওদালগুৰি জিলাৰ মেকেনজী পথত ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৪জনকৈ লোক। ইয়াৰে মৃণাল নাথ আৰু লোকেশ কাকতিৰ অৱস্থা গুৰুতৰ।

অতি সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আন দুজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ওদালগুৰিৰ দিশৰ পৰা আহি থকা AS01AP8283 নম্বৰৰ এখন Figo বাহন বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ঘটনা।

ফলত figo বাহনত থকা ৪ জন লোকেই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...