এইবাৰ ONGC বেচিব চৰকাৰে, মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!

এইবাৰ ONGC বেচিব নৰেন্দ্ৰ মোদী চৰকাৰে! তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত। ONGCৰ ১.৫ শতাংশ অংশীদাৰিত্ব বেচিব চৰকাৰে। এই সপ্তাহতে ৩ হাজাৰ কোটি টকাত বেচিব অংশীদাৰিত্ব। আজি ONGCৰ অংশীদাৰিত্ব বিক্ৰীৰ বাবে খুলি দিয়া হব আৰু ৩১ মাৰ্চত অন্ত পৰিব। বিক্ৰীৰ বাবে ১৫৯ টকা প্ৰতিটো শ্বেয়াৰত ৰখাৰ তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে, চৰকাৰৰ হাতত ৬০.৪১ শতাংশ অংশীদাৰিত্ব আছে। দেশৰ প্ৰায় আধা সংখ্যক তেলৰ উত্পাদন অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেচনৰ সহায়ত হয়। আনহাতে, ONGCৰ কৰ্মচাৰীৰ বাবে ৫ লাখ টকালৈকে শ্বেয়াৰৰ বাবে আবেদন জনাব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...