২৪ ঘণ্টাত পুনৰ ১,২৩৩গৰাকীৰ দেহত ক’ভিড!

২৪ ঘণ্টাত দেশত নতুনকৈ ১,২৩৩গৰাকী লোক আক্ৰান্ত হৈছে। দেশত এতিয়াও মাৰ যোৱা নাই কভিডৰ আতংক। যোৱা ২৪ ঘণ্টাত ৩১জন লোকৰ মৃত্যু ঘটিছে। বৰ্তমান দেশত ১৪,৭০৪গৰাকী লোকৰ চিকিত্সা চলি আছে। ভাৰতত কভিডত আক্ৰান্তৰ হাল ০.২০ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...