চাৰিজাঁই গুলী ফুটাই লুটি নিলে নগদ ধন, সোণৰ চেইন

চিৰাঙত চাঞ্চল্যকৰ ডকাইতি। চাৰিজাঁই গুলী ফুটাই দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ। অভিলাস মুছাহাৰী আৰু কৃষ্ণে লুইটেল নামৰ দুজন লোকৰ ঘৰত সংঘটিত হয় এই ডকাইতি। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ আমটেকাৰ যমুনাগুৰীত সংঘটিত হয় এই ডকাইতি কাণ্ড।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হৰেন্দ্ৰনাথ বৰুৱা আছিল এজন মানৱতাবাদী জাতীয়তাবাদী

তেওঁৰ জাতীয়তাবাদ সংকীৰ্ণ নাছিল, অসমীয়া জাতিৰ সৰ্বাংগীন বিকাশেই আছিল...

অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু

মুম্বাইত পুৱা ভয়ংকৰ অগ্নিকাণ্ড। চেম্বুৰৰ সিদ্ধাৰ্থ নগৰৰ এটা দুমহলীয়া...

পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ

নলবাৰীৰ শোলমাৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত...

শোকাৱহ! নাও ডুবি মৃত্যু ৭৮জন লোকৰ

পুনৰ সংঘটিত হ'ল আন এক শোকাৱহ ঘটনা। এইবাৰ বৃহৎ...