হায়দৰাবাদত কামপুৰৰ যুৱকৰ কৰুণ মৃত্যু, পৰিয়ালত হাহাকাৰ

বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু। হায়দৰাবাদত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে কামপুৰৰ বিষ্ণুপুৰী গাঁৱৰ যুৱক ভাস্কৰজ্যোতি নাথে। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল ভাস্কৰজ্যোতি।

ভাস্কৰজ্যোতি নাথৰ মৃত্যুত শোকৰ ছাঁ বিষ্ণুপুৰীত। যুৱকজনৰ মৃত্যু সহজভাবে ল’ব পৰা নাই পৰিয়ালে। কামৰ সন্ধানত বহিঃৰাজ্যত ভাস্কৰৰ মৃত্যুৰ বাতৰিয়ে শোকাহত কৰিছে অঞ্চলবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...