নীলিম মহন্তক বিনাচৰ্তে মুক্তিৰ দাবী, পেমা খাণ্ডুৰ প্ৰতিমূৰ্তি দাহ

চিত্ৰশিল্পী নীলিম মহন্তক অতি শ্ৰীঘ্ৰে মুক্তিৰ দাবীত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদেৱাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৰ প্ৰতিমূৰ্তি দাহ বান্দৰদেৱাত। অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতি আৰু কেন্দ্ৰীয় নেতৃত্বৰ সহযোগত প্ৰতিমূৰ্তি দাহ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্তঃ কৰে। নীলিম মহন্তক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক। অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS বুলি চিত্ৰাংকন কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল নীলিমক। NHPCৰ বৃহৎ নদীবান্ধৰ তীব্ৰ বিৰোধ কৰি চিত্ৰাংকন কৰিছিল নীলিম মহন্তই। অৰুণাচলৰ ঐতিহ্যৰ গৰিমাত আঘাত হনাৰ অভিযোগ। ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদ গঢ়ি উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে উপচালে টকাৰে। এটা...

‍‍৫খনকৈ দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউনাইটেড আৰৱ এমিৰেটছ, নেডাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণলৈ...

আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে

প্ৰ’টেম অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ।বিধানসভাত দায়িত্বভাৰ গ্ৰহণ পাটোৱাৰীৰ।আজি...

মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদছামিমৰ গাড়ীয়ে মঠঘৰীয়াত সংঘটিত কৰিছিল...