১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ ঘটনা, দুৰ্ঘটনাত নিহত যুৱক, আহত এজন

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰৰ খোলচোৱা পুখুৰী পাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুঘটনা। AS 07 S 0902 নম্বৰৰ বাইকেৰে আহি থকা দুজন যুৱকে পথৰ দাঁতিত ৰখাই থোৱা AS 02 E 5989 নম্বৰৰ এখন ট্ৰেইলৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দূৰ্ঘটনাটো। ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা আনজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নাৰায়ণপুৰ আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বুমৰাহৰ ফিটনেছক লৈ উৎকণ্ঠা, বিকল্প হিচাপে নিৰ্বাচকৰ নজৰত কোন?

আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া T-20 আন্তঃৰাষ্ট্ৰীয় ছিৰিজৰ পূৰ্বে ভাৰতীয়...

হিটমেনক লৈ জল্পনা বন্ধ কৰক! BCCIৰ সচিবৰ আহ্বান

ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন...

আজি জন্মাষ্টমীঃ অধৰ্ম বিনাশী প্ৰেম আৰু ধৰ্মৰ বাণী কঢ়িয়াই আজি আগমন ভগৱান শ্ৰীকৃষ্ণৰ

আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ...