ইতিহাস হ’ল দীঘলীয়া অধ্যায়ৰ, অসম চৰকাৰে ক্ৰয় কৰিলে নগাঁও, কাছাৰ কাগজ কল

অসম চৰকাৰলৈ আনুষ্ঠানিকভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি। ৩৭৫ কোটি টকাৰে নগাঁও আৰু কাছাৰ কাগজ কল ক্ৰয় কৰিলে অসম চৰকাৰে। লিকুইডিটৰক ৰাজ্য চৰকাৰে আদায় দিলে ৩৭৫ কোটি টকা। শীঘ্ৰে কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্য আদায় দিব চৰকাৰে। কাগজ কলৰ ভূমিক লৈ চৰকাৰে কৰিব নতুন পৰিকল্পনা। কাগজ কলত উপস্থিত হৈ এই ঘোষণা উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। অসম চৰকাৰে ক্ৰয় কৰাৰ পিছতে টুইটযোগে এই কথা আনুষ্ঠানিকভাবে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...