উইল স্মিথে ক্ৰিছ ৰকক শোধালে প্ৰচণ্ড চৰ! চাওক ভিডিঅ’

সকলোকে আচৰিত কৰি তোলা এক ঘটনা। চলি আছিল অস্কাৰ ২০২২ প্ৰদান অনুষ্ঠান। তেনেতেই সংঘটিত হয় সেই আচৰিত ঘটনাটো।

অস্কাৰ ২০২২ অনুষ্ঠানৰ মাজতে হঠাত্ উইল স্মিথে প্ৰচণ্ড চৰ শোধায় ক্ৰিছ ৰকক। যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। শ্ৰেষ্ঠ ডকুমেণ্টৰী ফিচাৰৰ অস্কাৰ বঁটা প্ৰদান কৰিবলৈ গৈছিল মঞ্চলৈ। সেই সময়তে ক্ৰিছে কৰা এক মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰে উইল স্মিথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ জলবায়ু সংকট! ভাৰতৰ কোটি কোটি লোকলৈ ‘তাৎক্ষণিক বিপদ’ৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়ংকৰ পৰিণতিৰ সন্দৰ্ভত নতুনকৈ সতৰ্কবাণী জাৰি...

MiG-21ৰে পাকিস্তানী F-16 ভূপতিত কৰা অভিনন্দনৰ নতুন ইনিংছ আৰম্ভ

২০১৯ৰ ভাৰত-পাকিস্তানৰ আকাশী সংঘৰ্ষত পাকিস্তানৰ F-16 ভূ-পতিত কৰি চৰ্চালৈ...

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; সোণাপুৰৰ মৰগদোলাত আৰক্ষীৰ এনকাউণ্টাত নিহত ২ কুখ্যাত গাড়ী চোৰৰ

ৰাজ্যত অব্যাহত গাড়ী চোৰৰ সন্ত্ৰাস। অসম আৰক্ষীৰ গাড়ী চোৰৰ...