টাটা চুম’ দুৰ্ঘটনাগ্ৰস্ত হৈ ওফৰি পৰিল পথাৰত, থিতাতে মৃত্যু চালকৰ

ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই টাটা চুম’ দুৰ্ঘটনাগ্ৰস্ত। ‘বকোৰ আগছিয়া নধিয়াপাৰাত শোকাবহ পথ দুৰ্ঘটনা। নধিয়াপাৰা পথৰ পৰা ওফৰি বাহন পৰিল পথাৰত। ঘটনাস্থলীতে নিহত চালক। মৃত চালকজন বকোৰ আগছিয়াৰ ৫০ বছৰ বয়সীয়া শৰৎ চাংমা। দুৰ্ঘটনাত পতিত টাটা চুম’খনৰ নম্বৰ AS01 EC 8919।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; সোণাপুৰৰ মৰগদোলাত আৰক্ষীৰ এনকাউণ্টাত নিহত ২ কুখ্যাত গাড়ী চোৰৰ

ৰাজ্যত অব্যাহত গাড়ী চোৰৰ সন্ত্ৰাস। অসম আৰক্ষীৰ গাড়ী চোৰৰ...

পাৰ্লাৰৰ সন্মুখত বাইক ৰখোৱা বাবে মহিলাই কাটিলে ৩খন বাইকৰ টায়াৰ

গুৱাহাটীৰ পূব শৰণীয়াৰ ৩ নং উপপথত সংঘটিত হৈছে এক...

ভাৰতত প্ৰথমবাৰৰ বাবে মহিলা চেম্পিয়নছ ট্ৰফী! মুম্বাই-বডোদৰাত হ’ব মহাযুঁজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল (ICC)-এ ঘোষণা কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...