বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী, জৈৱবৈচিত্ৰ্যলৈ প্ৰচণ্ড ভাবুকি

সোণাপুৰৰ ডিগাৰু নৈৰ জৈৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী চ’ত মহীয়া প্ৰখৰ ৰদত উপঙি উঠিছে মাছ। ইতিমধ্যে এই মাছ নৈ পৰীয়াই আহাৰ হিচাপে গ্ৰহণ কৰি আক্ৰান্ত হৈছে বেমাৰত। একাংশ উদ্যোগিক প্ৰতিষ্ঠানে নিশাৰ ভাগত উদ্যোগটোৰ বৰ্জিত পদাৰ্থসমূহ ডিগাৰু নৈত এৰি দিয়াৰ ফলত এনেদৰে জলচৰ প্ৰাণীসমূহৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।

এই বৰ্জিত পদাৰ্থসমূহ ইমানেই বিষাক্ত যে ডিগাৰু নৈৰ পানীৰ স্বাভাৱিক ৰং হেৰুৱাই ক্ৰমাৎ বগা ৰং ল’বলৈ আৰম্ভ কৰিছে। এই ঘটনাৰ পিছতে চিন্তিত হৈ পৰিছে স্থানীয় জনতা। সচেতন নাগৰিকসকলৰ দাবী শীঘ্ৰে ব্যৱস্থা লওক প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...