বিহুৰ পূৰ্বে ব্যাপক ৰদবদল, ৯৬জন আৰক্ষীক বদলিৰ নিৰ্দেশ

যোৰহাট জিলা আৰক্ষীত ব্যাপক সালসলনি। কনিষ্টবল পৰ্যায়ত ৬৫জনক অন্য স্থানলৈ বদলি কৰা হৈছে। উপপৰিদৰ্শক আৰু সহকাৰী উপ পৰিদৰ্শক পৰ্যায়ত ১১জনক অন্য স্থানত নিয়োগ কৰা হৈছে। গৃহৰক্ষী বাহিনীৰ ২০জনক বদলিৰ নিৰ্দেশ। মুঠ ৯৬জন আৰক্ষীক ৰদবদল। যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নিৰ্দেশনা এই বদলিৰ নিৰ্দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...