ৰাজ্যজুৰি আশা কৰ্মীৰ প্ৰতিবাদ, কাৰণ কি?

ৰাজ্যজুৰি ন্যায্যপ্ৰাপ্তিৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে আশা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। বিধানসভাৰ বাজেট অধিবেশনত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যত শিশুৰ মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মীসকলৰ অৰিহণা অধিক বুলি মন্তব্য কৰি আশা কৰ্মীসকলৰ ভূমিকাক এক প্ৰকাৰ গুৰুত্বহীন কৰাৰ অভিযোগ। জামুগুৰিহাটৰ উত্তৰ জামুগুৰি চিকিংসালয়ৰ চৌহদতো বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আশা কৰ্মীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...