ফায়াৰ মেনৰ আতংক, ফায়াৰ মেনে হঠাতে অগ্নিসংযোগ কৰে মানুহৰ ঘৰত

এইবাৰ ফায়াৰ মেনৰ আতংকত এখন গাঁও। ফায়াৰ মেনে হঠাতে অগ্নিসংযোগ কৰে মানুহৰ ঘৰত। নগৰবেৰাৰ নতুন বদলা গাঁৱত চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নাথাকিলেই গোপনে অগ্নিসংযোগ কৰি গুচি যায় অচিনাকী দূৰ্বৃত্ত। গাঁওখনত তিনিদিনত চাৰিটাকৈ পৰিয়ালৰ খৰিৰ দ’মত অগ্নিসংযোগ কৰে দূৰ্বৃত্তই। টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত নতুন বদলা গাঁৱৰ শিৰাজুল হক, বাসান আলী আব্দুল জুব্বাৰ আৰু মমিন আলীৰ চোতালত থকা মৰাপাটৰ খৰিৰ ধমত গোপনে অগ্নিসংযোগ কৰি পলায়ন কৰে দূৰ্বৃত্তই। ঘটনা সন্দৰ্ভত টুপামাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ...

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব...

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ...

ঘৰৰ ভিতৰতে ২শিশুসহ পিতৃ-মাতৃক গুলিয়াই হত্যা

আমেথিত শিক্ষকৰ ৪জনীয়া পৰিয়ালক নিৰ্মম হত্যা। নিজ বাসগৃহতে পত্নী,...