বাবা থানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নুমলীগড়ত এখন বাইকক মহতিয়াই নিলে অজ্ঞাত বলেৰ’ বাহনে। নুমলীগড়ৰ বাবা থানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰ’ বাহনখনে। দুৰ্ঘটনাত গুৰুতৰভাবে আহত এজন যুৱক। আহত হোৱা যুৱকজনৰ নাম বন্ধন ঘাটোৱাৰ। বন্ধন ঘাটোৱাৰৰ ঘৰ ৰজাবাৰী লেটেকুজান বাগিচা অঞ্চলত।

ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক নুমলীগড়ৰ বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...