ৰোগীৰ কাষত নহয় ৰাজপথত আশা কৰ্মী, দাবী কি?

আশাকৰ্মীয়ে জ্বলালে বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিকৃতি। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে ঢকুৱাখনাত আশা কৰ্মীৰ প্ৰতিবাদ। শতাধিক আশাকৰ্মীয়ে ঢকুৱাখনা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যলয়ত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আশাকৰ্মীয়ে জ্বলালে মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিকৃতি।

আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ, অসমৰ ৩৩ হাজাৰ আশা কৰ্মীক উপযুক্ত মজুৰিৰ ব্যৱস্থা কৰা, অনাদায় হৈ থকা বকেয়া ধন অতি শীঘ্ৰে আদায় কৰা, আশা কৰ্মীসকলক অতি শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ দাবী তোলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...