‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্বত সাহিত্যিক ৰীতা চৌধুৰী

জনপ্ৰিয় সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্ব ল’ব প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে। সাহিত্য জগতৰ প্ৰতিষ্ঠিত লেখিকাগৰাকী নেচনেল বুক ট্ৰাষ্টৰো সঞ্চালিকা আছিল। মাকাম, দেওলাংখুই, এই সময় সেই সময়, অবিৰত যাত্ৰা, তীৰ্থভূমি, মহা জীৱনৰ আধাৰশিলা, নয়না তৰালী সুজাতা, পপীয়া তৰাৰ সাধু, ৰাগ মালকোশ, জল পদ্ম, হৃদয় নিৰূপায়, ৰাজীৱ ঈশ্বৰ, জাহ্নবী, মায়াবৃত্ত, বিভ্ৰান্ত বাস্তৱ আৰু মৰে অসম, জীয়ে কোনৰ স্ৰষ্টী ৰীতা চৌধুৰী।

‘আছাম ট্ৰিবিউন গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত গৰীয়সীৰ সম্পাদকৰ দায়িত্ব ল’ব বুলি প্ৰচাৰিত খবৰে সাহিত্যপ্ৰেমীৰ মাজতো নতুন আশাৰ সঞ্চাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...