আজি বিশ্ব সুখী দিৱস, সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত

বিশ্বৰ সুখী দেশৰ তালিকাত শেষত ভাৰত। সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত। ১৪৬ খন দেশক সামৰি যুগুত কৰা হৈছিল এক প্ৰতিবেদন। প্ৰতিবছৰে ৰাষ্ট্ৰসংঘই প্ৰস্তুত কৰে সৰ্বাধিক সুখী লোক থকা দেশৰ তালিকা। এই তালিকাত শীৰ্ষত আছে ফিনলেণ্ড।

একেৰাহে পঞ্চমবাৰলৈ শীৰ্ষ স্থানত আছে দেশখন। বিগত বৰ্ষত ১৩৯ নম্বৰ স্থানত আছিল ভাৰত। এই তালিকাত এইবাৰ ১৩৬ নম্বৰ স্থানত আছে ভাৰত। আনহাতে যুদ্ধত ব্যস্ত ৰাছিয়া আছে ৭৪ নম্বৰত। তালিকাৰ শেষত আছে আফগানিস্তান। বিশ্বৰ সুখী দেশৰ তালিকাত পাকিস্তান আছে ১০৩ নম্বৰত। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল এই তালিকাত আছে ৮৫ নম্বৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...