ড্ৰাগছ সৰবৰাহৰ সময়তে জালত পেহছান আলম আহমেদ, নজৰুল হুছেইন আৰু মানৱজ্যোতি গগৈ

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। এইবাৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷ সৰবৰাহকাৰী কেইটা পেহছান আলম আহমেদ, নজৰুল হুছেইন আৰু মানৱজ্যোতি গগৈ ৷ সৰবৰাহকাৰী কেইটাৰ পৰা ৩৫টা কণ্টেইনাৰসহ সন্দেহযুক্ত হেৰ’ইন জব্দ ৷

বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত চলিছিল অভিযান। ধৃত সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...