ভাৰতীয় বিমান অপহৰণকাৰী সন্ত্ৰাসবাদী জাফাৰুল্লা জামালীক হত্যা

ভাৰতীয় বিমান অপহৰণকাৰী সন্ত্ৰাসবাদী জাফাৰুল্লা জামালীক হত্যা। কৰাচীত অচিনাক্ত অস্ত্ৰধাৰীৰ গুলীত নিহত জামালী। যোৱা ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত হাইজেক কৰিছিল ভাৰতীয় বিমান। ভাৰতীয় বিমানখন হাইজেক কৰি অৱতৰণ কৰিছিল কান্দাহাৰত। হাইজেকত জড়িত সন্ত্ৰাসবাদী দলটোৰ মুৰব্বী আছিল জামালী। জামালীৰ সহযোগী জহুৰ মিস্ত্ৰীকো গুলীয়াই হত্যা ।

যোৱা ১ মাৰ্চত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল জহুৰ মিস্ত্ৰীক। এতিয়ালৈ পাঁচজনীয়া বিমান অপহৰণকাৰী দলটোৰ তিনিজনক হত্যা। বিমানখনৰ যাত্ৰী ৰূপিন কাটিয়ালক হত্যা কৰিছিল জহুৰ মিস্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...