কেনে আছে সাংসদ বদৰুদ্দিন আজমল, কি ৰোগত আক্ৰান্ত AIUDFপ্ৰধান?

সাংসদ বদৰুদ্দিন আজমল অসুস্থ। দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে AIUDFপ্ৰধানগৰাকীয়ে। জিলা প্ৰশাসনৰ তত্বাৱধানত আছে সাংসদগৰাকী। নিশা বিভিন্ন প্ৰকাৰৰ অহাৰ গ্ৰহণ কৰাৰ বাবে শৰীৰত প্ৰভাৱ পৰাৰ সন্দেহ কৰিছে। নিশাৰ তুলনাত বৰ্তমান স্বাস্থ্য সুস্থিৰ যদিও আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে সাংসদগৰাকীয়ে। আৱৰ্ত ভৱনত সাধাৰণ লোকৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। অৱশ্যে খাদ্যত বিষক্ৰিয়া বা খাদ্যৰ সংক্ৰমণ নে আন কিবা সেয়া চিকিৎসকে পৰীক্ষা কৰাৰ অন্ততহে গম পোৱা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...