বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ জালত মানিক আলী আৰু নজৰুল ইছলাম

বৰপেটাৰ হাউলীত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ ৷ হাউলীৰ কৈমাৰীৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি। ৫৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ লগতে ২ পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে আটক কৰিছে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হ’ল জনিয়াৰ মানিক আলী আৰু জাহুৰপামৰ নজৰুল ইছলাম। উল্লেখ্য যে, বৃহস্পতিবাৰেও আৰক্ষীয়ে হাউলীৰ ইটাৰভিটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমানৰ ড্ৰাগছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...