ক’ভিডমুক্ত হ’ল অসম, ১০ মাৰ্চত এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত

ক’ভিডমুক্ত হ’ল অসম, আজি এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত। মাজুলী আৰু দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা এজনো লোক আক্ৰান্ত হোৱা নাই ক’ভিড ভাইৰাছত। যোৱা এসপ্তাহ ধৰি দৈনিক ২-৩জনকৈ আক্ৰান্ত হৈছিল যদিও আজি এজনো লোক নতুনকৈ আক্ৰান্ত হোৱা নাই। যোৱা ২৪ ঘণ্টাত মুঠ ১,৭১৩জন লোকে ক’ভিড টেষ্ট কৰিছিল যদিও এজনো আক্ৰান্ত হোৱা নাই। আনহাতে ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৮৯ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...