দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে শিশু-মহিলাক, থিতাতে নিহত দুজন

পুনৰ আন এক শোকাৱহ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটিল দুগৰাকী লোকৰ।

জাগীৰোডৰ ধৰমতুল শান্তিপুৰত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী আল্ট্ৰা বাছে মহতিয়াই নিয়ে শিশু আৰু মহিলাক।

নিহত ২৩ বছৰীয়া জানমণি দাস আৰু ৩ বছৰীয়া মণ্টুমণি দাস। দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ AS-01NC-2408

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...