ৰাছিয়াৰ সাময়িক যুদ্ধবিৰতিৰ আঁৰত কি উদ্দেশ্য?

• পুনৰ ৰাছিয়াৰ সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা
• ভাৰতীয় সময় মতে দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব যুদ্ধবিৰতি
• ইউক্রেইনৰ ৫খন চহৰত যুদ্ধবিৰতি ঘোষণা
• কিয়েভ, চাৰ্নিগভ, ছুমী, খাৰকিভ, মাৰিয়ুপ’ল চহৰত যুদ্ধবিৰতি
• ৰাছিয়াৰ বৈদেশিক মন্ত্র্যালয়ে জনালে এই কথা
• আবদ্ধ লোকসকলক চহৰকেইখনৰ পৰা উদ্ধাৰৰ বাবে একপক্ষীয় যুদ্ধবিৰতি
• ইউক্ৰেইনে বৰ্তমানেও প্ৰকাশ কৰা নাই নিজৰ স্থিতি
• পূৰ্বেও মানৱ কৰিডৰৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল ৰাছিয়াই
• কিন্তু ইউক্ৰেইনে নাকচ কৰিছিল যুদ্ধবিৰতিৰ প্ৰস্তাৱ
• যাৰ বাবে যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আবদ্ধ লোকক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...