এম্বুলেঞ্চৰ খুন্দাত গুৰুতৰভাবে আহত ২ স্কুটী আৰোহী

ডিব্ৰুগড় জিলাৰ মৰাণ জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এম্বুলেঞ্চৰ খুন্দাত গুৰুতৰভাবে আহত ২ স্কুটী আৰোহী ৷ ডিব্ৰুগড়ৰ ফালৰ পৰা মৰাণৰ দিশেৰে আহি থকা অৱস্থাত একে দিশেৰে আহি থকা এখন WB 19 K 92 83নম্বৰৰ এম্বুলেঞ্চে মহতিয়াই নিয়ে AS 33 16 22 নম্বৰৰ এখন স্কুটীক । দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় দুই স্কুটী আৰোহী | স্কুটী আৰোহী হিচাপে আহিছিল চাবিনা মিনছ আৰু প্ৰিয়ংকা দেৱ। স্কুটী আৰোহীকেইগৰাকীৰ ঘৰ মৰাণৰ সমীপৰ খোৱাঙৰ শালমাৰি চাহ বাগিচাত | সম্প্ৰতি মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ আছে স্কুটী আৰোহী দুগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...