শিক্ষকৰ ৰূপত অল-কায়দাৰ লিংকমেন; অসমত জেহাদী সংগঠনৰ ৫ লিংকমেন গ্ৰেপ্তাৰ

  • অসমত জেহাদী সংগঠনৰ লিংকমেন গ্ৰেপ্তাৰ
  • এইবাৰ অল-কায়দাৰ ৫ লিংকমেনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
  • বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ জেহাদী লিংকমেনক
  • ইয়াৰে এটা লিংকমেন বাংলাদেশী বুলি চিনাক্ত
  • অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি শিক্ষকতা কৰি আছিল লিংকমেনটোৱে
  • মহম্মদ সুমন ওৰফে চাইফুল ইছলাম ওৰফে হাৰুন ৰচিদ নামৰ জেহাদীটো বাংলাদেশৰ
  • ধৃত আনকেইটা লিংকমেন ক্ৰমে- খাইৰুল ইছলাম, বাদশ্বাহ চুলেইমান খান, নৌচাদ আলী আৰু তাইমুৰ ৰহমান খান।
  • কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকেইটা জেহাদী লিংকমেনক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...