পিতৃক অনুকৰণ! গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰ

  • কুখ্যাত মাফিয়া পাখি মিঞাৰ পুত্ৰক গ্ৰেপ্তাৰ
  • নিষিদ্ধ মৰফিন সহ গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰ
  • আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ মৰফিন
  • দুখন বাহনৰ পৰা জব্দ বৃহৎ পৰিমানৰ মৰফিন
  • সোণাপুৰৰ নাজিৰাখাট টোলগেটত জব্দ এই নিষিদ্ধ সামগ্ৰী
  • NCBৰ এটা দলে চলাইছিল এই অভিযান
  • পাখি মিঞাৰ পুত্ৰৰ লগতে গ্ৰেপ্তাৰ আন তিনিজন
  • দুখন বাহনৰ পৰা জব্দ ২৪ পেকেট মৰফিন
  • মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল গাড়ী দুখন
  • ২৪ টা পেকেটত আছিল আধা কিলোগ্ৰামকৈ মৰফিন
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...