ডিব্ৰুগড়ৰ ফুলবাগানত ব্ৰহ্মপুত্ৰ পাৰে পাৰে অবৈধভাৱে গঢ়ি উঠিছে শ শ জুপুৰি!

ডিব্ৰুগড়ৰ ফুলবাগানত ব্ৰহ্মপুত্ৰ পাৰে পাৰে অবৈধভাৱে গঢ়ি উঠিছে শ শ জুপুৰি। বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে ফুলবাগানৰ ব্ৰহ্মপুত্ৰৰ পাৰ। ড্ৰাগছ ব্যৱসায়ী, অপৰাধীৰ ঘাটিত পৰিণত হৈছে অঞ্চলটো।

নিৰ্বিকাৰ ডিব্ৰুগড় আৰক্ষী-প্ৰশাসন। বাৰে বাৰে উচ্ছেদ চলাই যদিও পুনৰ নিশাটোৰ ভিতৰতে গঢ়ি উঠে শ শ জুপুৰি। কাণসাৰ নাই ডিব্ৰুগড় আৰক্ষী-প্ৰশাসনৰ। অবৈধভাৱে গঢ়ি উঠা এই লোকসকলক উচ্ছেদৰ দাবী। ডিব্ৰুগড় চহৰলৈ ভাবুকি আনিছে বিভিন্ন অসামাজিক কাৰ্যকলাপত সংঘটিত হোৱা এই লোকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰৱাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...