বিচাৰি পোৱা নাই প্ৰাৰ্থী, সেয়ে বাৰে বাৰে বৈঠকত বহিছে AJP

মাজুলীত অহা ৭ মাৰ্চত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। এই উপ-নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰচিছে পৰিকল্পনা। ইয়াৰ মাজতে অসম জাতীয় পৰিষদে বিচাৰি পোৱা নাই পছন্দৰ প্ৰাৰ্থী।

প্ৰাৰ্থী বিচাৰি নোপোৱাত বাৰে বাৰে বহিছে ৰুদ্ধদ্বাৰ বৈঠকত। দলটোৰ বাবে আগবাঢ়ি অহা নাই কোনো এজন প্ৰাৰ্থী। কংগ্ৰেছেও মাজুলীত আগনবঢ়ায় প্ৰাৰ্থিত্ব। মাজুলীৰ আসনখন অসম জাতীয় পৰিষদক এৰি দিয়া বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

পিছে বৰ্তমানলৈকে কোনো প্ৰাৰ্থীক বিচাৰি পোৱা নাই AJP-কংগ্ৰেছে। মাজুলীৰ প্ৰাৰ্থী সন্দৰ্ভত পুৱাৰে পৰা AJPৰ গোপন বৈঠক। মাজুলীৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিব পৰা নাই দলটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা দশকৰ পাছত ইৰাকৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ; ইৰাণৰ প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনা

দুটা দশকৰো অধিক সময়ৰ সামৰিক উপস্থিতিৰ অন্তত ইৰাকত থকা...

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...