NPPৰ প্ৰাৰ্থীৰ ঘৰলৈ গ্ৰেনেড নিক্ষেপ

. প্ৰাক নিৰ্বাচনী হিংসা, প্ৰাৰ্থীৰ ঘৰলৈ গ্ৰেনেড নিক্ষেপ
. মণিপুৰৰ থৌবল জিলাৰ উখংছাং মায়াই অঞ্চলত প্ৰচণ্ড বিস্ফোৰণ
. NPPৰ প্ৰাৰ্থী এন দিতেনৰ বাসভৱনলৈ গ্ৰেনেড নিক্ষেপ দুৰ্বৃত্তৰ
. গ্ৰেনেড বিস্ফোৰণৰ ফলত হতাহত হোৱা নাই কোনো লোক
. ঘটনাৰ সময়ত ঘৰত উপস্থিত নাছিল দিতেন
. যোৱা কেইমাহমান ধৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত NPPৰ এন দিতেন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...