ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত অন্তৰ্ভুক্ত শ্বাহৰুখ খান!

৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা ক্ৰিকেট শৃংখলাৰ বাবে সাজু হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। শৃংখলাটো আৰম্ভ হোৱাৰ আগতে ভাৰতৰ চাৰিজন খেলুৱৈ – শিখৰ ধাৱান, শ্ৰেয়াছ আয়াৰ, ৰুতুৰাজ গায়কৱাড় আৰু নেট বলাৰ নৱদীপ চাইনীকে ধৰি ভাৰতীয় দলৰ সাতজন সদস্য ক’ভিডত আক্ৰান্ত হৈছে।

আৰু তাৰ ফলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ঘোষণা কৰে যে, ক’ভিডৰ বাবে ঈশান কিষাণ আৰু তামিলনাডুৰ অল-ৰাউণ্ডাৰ শ্বাহৰুখ খানক ভাৰতৰ দলৰ শক্তি বঢ়াব বাবে অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে এদিনীয়া শৃংখলা কাইলৈ অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদত আৰম্ভ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...