পাদ নহয়, এইবাৰ প্ৰস্ৰাৱ বিক্ৰীৰে কোটিপতি হ’ল এগৰাকী সুন্দৰী

শেহতীয়াকৈ ইণ্টাৰনেটৰ জৰিয়তে ৰমৰমীয়া ব্যৱসায় কৰি আছে এগৰাকী মাৰ্কিন সুন্দৰীয়ে। যিগৰাকী সুন্দৰী মডেলে প্ৰস্বাৱ বিক্ৰী কৰি হৈছে কোটিপতি। ভাৰতীয় মূল্য অনুসৰি একাপ প্ৰস্ৰাৱৰ দাম ৫২০০ টকা। ইতিমধ্যে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে কেকটাছ কিউটি নামৰ মডেলগৰাকীৰ কাৰ্যই।

মডেলিঙৰ প্ৰফেছন এৰি অনলাইনৰ যোগেদি নিজৰ প্ৰস্ৰাৱ বিক্ৰী কৰাৰ এক আচৰিত ব্যৱসায় আৰম্ভ কৰিছে কেকটাছে। কেকটাছৰ অনুৰাগীয়ে ক্ৰয় কৰে তেওঁৰ প্ৰস্ৰাৱ। সুন্দৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱ কৰাৰ ভিডিঅ’ চাইয়ে প্ৰস্ৰাৱ ক্ৰয়ৰ অৰ্ডাৰ কৰিবলৈ আৰম্ভ কৰে অনুৰাগীয়ে। আৰু মডেলগৰাকীৰ এই প্ৰস্ৰাৱেৰে হেনো তৈয়াৰ কৰে বৰফ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...