আৰক্ষীৰ জালত মুছলিম জাতীয় পৰিষদৰ সভাপতি মটিআৰ ৰহমান

হাতীগাঁও আৰক্ষীৰ জালত মুছলিম জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি। অপৰাধ সংঘটিত কৰা বাহন লৈ ঘূৰি ফুৰিছিল মটিআৰ ৰহমানে। নিজকে এটা পৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দিছিল আৰক্ষীক। মটিআৰ ৰহমানে ব্যৱহাৰ কৰা বাহনখনৰ নাই কোনো নথি পত্ৰ। HR19F0036 নম্বৰৰ ইনোভা বাহনখন বিচাৰি আছিল হোজাই আৰক্ষীয়ে। বাহনখনৰ ভিতৰত পূৰ্বতে মটিআৰ ৰহমানে এগৰাকী যুৱতীক ধৰ্ষণৰ গোচৰ আছিল হোজাই থানাত। আৰক্ষীয়ে হাতীগাঁৱত মটিআৰ ৰহমান আৰু অশ্ৰাফুল ৰহমান নামৰ লোক দুজনৰ সৈতে জব্দ কৰে ইনোভা বাহনখন। ভাৰতীয় দণ্ডবিধি আইনৰ 406/420/468/376(B) /506 ধাৰাত হোজাই থানাত ৰুজু হৈছিল 685/21 নম্বৰৰ গোচৰ। হাতীগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...