কিদৰে মৃত্যু ঘটিল সুন্দৰী চেছলী খ্ৰীষ্টৰ?

চেছলী খ্ৰীষ্টৰৰ মৃত্যুক লৈ হৈ চৈ। মিছ USA ২০১৯ৰ খিতাপ বিজয়ী চেছলী খ্ৰীষ্টৰ কৰুণ মৃত্যু। নিউয়ৰ্ক চহৰৰ এটা ৬০ মহলীয়া অট্টালিকাৰ পৰা পৰি কৰুণ মৃত্যু মডেলগৰীকীৰ। মাত্ৰ ৩০ বছৰ বয়সতে কৰুণ মৃত্যু চেছলী খ্ৰীষ্টৰ। ঘটনাটোৰ পিছত, মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ বিজয়ী হৰনাজ কৌৰৰ শ্ৰদ্ধাঞ্জলি। মডেলগৰীকীয়ে আত্মহত্যা কৰাৰো সন্দেহ একাংশৰ। NYPDৰ এগৰাকী প্ৰবক্তাৰ মতে-চেছলী খ্ৰীষ্টে আত্মহত্যা কৰিব পাৰে। অট্টালিকাটোৰ ৯ মহলাত বাস কৰিছিল মডেল চেছলী খ্ৰীষ্ট। কিন্ত বৰ্তমানো মৃত্যুৰ কাৰণ স্পষ্ট কৰা নাই চিকিৎসকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...