এইবাৰ IPL নিলামত ভূটানৰ ক্ৰিকেটাৰ!

আগন্তুক IPL নিলামৰ বাবে অতি আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে। ফ্ৰেঞ্চাইজি সকলে কোন খেলুৱৈ কিমান টকাত ক্ৰয় কৰিব তাকে চাবলৈ এতিয়া অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীৰ সকলে। এইবাৰৰ IPL নিলামত ১,২১৪ জন ক্ৰিকেটাৰে পঞ্জীয়ন কৰিছে যাৰ ৩১৮ জন বাহিৰৰ দেশৰ খেলুৱৈ।

আৰু ইয়াৰ মাজত আছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এজন ক্ৰিকেটাৰ। মিকিও ডৰ্জী নামৰ ভূটানৰ প্ৰতিভাশালী খেলুৱৈজনে হৈছে প্ৰথমজন ভূটানী যিয়ে IPL নিলামত অংশগ্ৰহণ কৰিব।

IPL নিলামৰ বাবে মাত্ৰ কেইসপ্তাহমান বাকী থকাৰ অৱস্থাত, আই পি এল-প্ৰত্যাশী দৰ্জীয়ে অলপতে ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ সৈতে উঠা এখন বিশেষ আলোকচিত্ৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...