অৰুণাচলৰ নিৰুদ্দিষ্ট কিশোৰক উদ্ধাৰ! দাবী চীনা সেনাৰ

  • প্ৰসংগ: অৰুণাচলৰ কিশোৰক অপহৰণ চীনা সৈন্যৰ
  • চীনা সেনাৰ স্পষ্টীকৰণ– অপহৰণ নহয়, উদ্ধাৰ কৰিছিল নিখোজ কিশোৰক
  • নিৰুদ্দেশ হোৱা মিৰাম টেৰনক উদ্ধাৰ কৰাৰ দাবী চীনা সেনাৰ
  • ১৭ বছৰীয়া কিশোৰজনক ভাৰতলৈ ওভতাই পঠোৱাৰ প্ৰস্তুতি চীনৰ
  • জনালে ভাৰতীয় সেনাৰ তেজপুৰস্থিত জনসম্পৰ্কৰক্ষী বিষয়াই
  • চীনা সৈন্যই মিৰামক অপহৰণ কৰা বুলি ১৯ জানুৱাৰীত টুইট
  • টুইটযোগে এই অপহৰণৰ বিষয়ে জনাইছিল সাংসদ টাপিৰ গাওৱে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...