নাথাকে কোনো বাধা-নিষেধ, SOP, পিন্ধিব নালাগে মাস্ক; ঘোষণা চৰকাৰৰ!

আগন্তুক সপ্তাহৰ পৰা বৃটেইনত বাধ্যতামূলক নহয় মাস্ক। বৃটেইনত অ’মিক্ৰন হ্ৰাস পোৱাৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ বৰিছ জনছনৰ। ক্ৰমাৎ দেশখনত অ’মিক্ৰনৰ সংক্ৰমণ হ্ৰাস পাইছে।

আনহাতে ক’ৰনা পৰিস্থিতিৰ বাবে অৰ্থনীতিতো পৰিছে গুৰুতৰ প্ৰভাৱ। সেইবাবেই দেশখনলৈ স্বাভাৱিক জীৱন যাত্ৰা উভতাই অনাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ২৭ জানুৱাৰীৰ পৰা ইংলেণ্ডত মাস্ক পিন্ধাতো বাধ্যতামূলক নহ’ব।

আনহাতে ইংলেণ্ডৰ কৰ্মচাৰীসকলে ঘৰৰ পৰা নহয় কাৰ্যালয়ৰ পৰাই কৰিব লাগিব কাম। ২৭ জানুৱাৰীৰ পৰা দেশখনত ক’ভিডৰ আন সমূহ বাধা–নিষেধ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...