ক’ভিডৰ সংক্ৰমণ, এইবাৰ বন্ধ ৩০খন বিচনাযুক্ত চিকিৎসালয়

বিদ্যালয়ে-বিদ্যালয়ে, কলেজে কলেজে ক’ভিড সংক্ৰমণৰ পিছত এইবাৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছে হাস্পতালত। ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বকলীয়াঘাটৰ ৩০খন বিচনাযুক্ত চিকিৎসালয় বন্ধ কৰি ৰখা হৈছে৷ চিকিৎসালয়খনৰ অধীক্ষককে ধৰি মুঠ ৯জন চিকিৎসক, বিষয়া-কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ কেৱল জৰুৰীকালীন সেৱাৰে দুজন চিকিৎসকে সেৱা আগবঢ়াই থকাত দুৰণিবটীয়া ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ চিকিৎসালয়খনত কভিডৰ ত্ৰাসত শূন্য হৈ পৰিছে ৰোগীৰ সংখ্যা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...