অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ!

  • ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত বাৰে বাৰে প্ৰৱেশ চীনৰ
  • ভাৰতৰ ভূ-খণ্ডৰ ভিতৰৰ পৰা ভাৰতীয় যুৱকক অপহৰণ
  • অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ
  • মিৰাম টেৰন নামৰ ১৭ বছৰীয়া কিশোৰজনক অপহৰণ
  • অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ ছিয়ুংলাৰ পৰা অপহৰণ
  • মঙলবাৰে চীনৰ PLA বাহিনীৰ সৈন্যই অপহৰণ কৰে মিৰামক
  • মিৰামৰ অপহৰণৰ বিষয়ে জনালে সাংসদ টাপিৰ গাউৱে
  • মিৰামৰ লগত থকা এজন বন্ধুৱে PLAৰ হাতৰ পৰা পলাই আহে
  • এই বন্ধুজনেই প্ৰশাসনক জনায় মিৰামৰ অপহৰণৰ বিষয়ে
  • এই অঞ্চলতে চীনে ২০১৮ চনত নিৰ্মাণ কৰিছিল পথ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...