বতৰ বিজ্ঞান বিভাগৰ আগজাননী, ১৯,২০ জানুৱাৰীত অসমত পুনৰ বৰষুণ হোৱাৰ সম্ভাৱনা!

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী। দেশৰ বিভিন্ন অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। শেহতীয়া আগজাননী অনুসৰি ১৯ আৰু ২০ জানুৱাৰীত অসম, অৰুণাচলপ্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

১৮ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত পশ্চিমবংগ, ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ উপৰি অহা দুদিনত উপকূলীয় অন্ধ্ৰপ্ৰদেশৰ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো অহা তিনি দিনত বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...