যদি PSO নাথাকে, ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য কি থাকিব? ৰমাকান্ত দেউৰীৰ অদ্ভূত মন্তব্য!

PSOক লৈ অদ্ভূত মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। PSO নাথাকিলে জনপ্ৰতিনিধিৰ মৰ্যদা নাথাকিব। সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত চিন নাথাকিব। PSO নহ’লে জনপ্ৰতিনিধিৰ ষ্টেটাছ নাইকীয়া হ’ব বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ।

ৰাইজৰ প্ৰতিনিধিয়ে PSO পোৱাত যুক্তি আছে। বৰ্তমানলৈকে PSO হ্ৰাস কৰিবলৈ কোনো নিৰ্দেশনা অহা নাই বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...