আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত দর্শনার্থীৰ ভিৰ

আজি পহিলা মাঘ। পহিলা মাঘত ভগৱানৰ আশিস বিচাৰি মঠ-মন্দিৰত ভক্তৰ ভিৰ। ৰাজ্যৰ বিভিন্ন মঠ–মন্দিৰত ৰাইজৰ সেৱা। মাঘ বিহু উপলক্ষে হাবুঙত দর্শনার্থীৰ ভিৰ। হাবুং শব্দটো মূলতঃ বড়ো-কছাৰী মূলীয় ভাষাৰ বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে মাটিৰে ভৰা ঠাই অৰ্থাৎ নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টি হোৱা ভূমি। হা মানে হৈছে মাটি যেনে হাছাও, হাজং, হালালি ইত্যাদি। আনহাতে, বুং মানে হৈছে ভৰি পৰা। হাবুং শব্দটো প্ৰকৃততে হা বা মাটি আৰু চুবুং বা মানুহৰ পৰা উৎপত্তি হৈছিল। বছৰটো ভালে-কুশলে পাৰ হোৱাৰ কামনাৰে হাবুঙত গোট খাইছে বহু লোক। সকলোৱে ভগৱানৰ ওচৰত আশিস লৈ বিচাৰিছে শুভকামনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...