লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডিএছপি হিচাপে নিযুক্তি

অলিম্পিক পদকজয়ী অসম কন্যা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডিএছপি হিচাপে নিযুক্তি। আজি দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত লাভলীনাক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানটোত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। ইয়াৰ পূৰ্বে হিমা দাসকো অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...