অসমত নতুনকৈ ৩,২৭৪ জনৰ দেহত মাৰাত্মক ক’ভিড

ৰাজ্যত নতুনকৈ ৩,২৭৪ জন ক’ভিড আক্ৰান্ত।‍ বুধবাৰে কামৰূপ(মঃ) জিলাত সৰ্বাধিক ১,১৩৮ জন নতুনকৈ আক্ৰান্ত। দিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ৪৯,৯১৫টা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু ৪জনৰ। সংক্ৰমণৰ হাৰ ৬.৫৬%। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ ৯৬.৯৬%।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...